পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪৫৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গ। ১৮৩] ভেবে কথা আছে সত্য, কিন্তু তাতে মানব-চখিয়ে যা খো"। ইত্যাদি। “নাৰ বচনেৰ প্ৰচলন” যেনেকৈ বজ দেশত অত্যন্ত আবিষ্ণ” ভাল বচনৰ প্ৰচলননা তেনেকৈ আসামত অভ্যস্থ শথি। তাৰ কাৰণ, ডাক আসামৰ অসমীয়া আৰু তেওঁৰ খচৰ পুৰিও ৰীয়া পুৰি। আৰু উজ্জয়িনীৰ নাৰ নামে খনাৰ বন টেন বা তেল বাণী আৰু সেই পুথি বলা। ডাক বালী নহয় আৰু তেওঁৰ পুৰিও নহয়। বঙ্গদেশত এশৰ ভিতৰত এনে তাৰ নাম নিয়ে কি নাই তন, এক হাজাৰ ভিতৰত এৰে মনৰপৰা ভাৰু বন একি ৰাতিৰ পাৰে নে নোৱাৰে সৰহৰ বিষয়; কিন্তু নাৰ বচন বাণী মুখে মুখে। আমত ডাকৰ বচন প্ৰত্যেক সমীয়া ১ যুগে, কিন্তু খনাৰ বচন হাজাৰ ভিতৰত এজনেও জানে নাজানে সন্দেহ। কলিক তাৰ বটতলা প্ৰকাশক বেণীমাধব সে এণ্ড কোম্পানীয়ে “ডাক পুৰুষেৰ বচন” কিতগৰ পতানিত লেখিছে, “বহু দিবস হইল এই প্ৰাচীন পুক খান সংগ্ৰহ কৰিবাৰ মানসে মলে নানা স্থানে অনুপান কৰিয়া বৰ্ধমান জিলাৰ অন্তৰ্গত গণপুৰ নিবাসী v বক্ৰেশৰ ব্যায়ৰ মাশয়ে বাটীতে এই অসম্পূৰ্ণ পুস্তক পানি প্ৰাথ হইলাম কিন্তু ইয়াৰ সম্পূৰ্ণ সংগ্ৰহ কোন স্থানেই পাইলাম না, কি কৰি পাঠকগণৰ বিদিতাৰ্থ অসম্পূৰ্ণ পুস্তক খানিই প্ৰকাশ কৰিতে বাধ্য হলাম কি যদ্যপি কোন সুহৃদয় পাঠকগণ এই পুস্তকে অবশিষ্ট অংশ যাহা যখন প্ৰাপ্ত হইবেন তা ‘লিখিয়া আমাদিগেৰ নিকট পাইয়া দিলে দুই বাধিত হইব, ইহাই সাক্ষন পূৰ্বক পাঠক গণেৰ নিকট প্ৰাৰ্থনা, কাৰণ এতদ্বিষয়ে এই প্ৰাচীন কবিৰ কীৰ্তি স্থাপন কৰা হয়।” বটতলীয়া বেঈমাধব এণ্ড কোং” এ ডাকৰ বচন পুথি বিচাৰি এইদৰে হাবাথুৰি খাই পৰ্বতে-পাৰতে গানে-বিপিনে ফু দেখি আমাৰ এটা গান গাই দিবৰ মন গৈছে; কিন্তু আমাৰ “গলা নথকা বাবে পাঠকসকলক ভয় মুখুৰৰ মনেৰে মাৰ তাৰ দুফাকি গায়েই ক্ষান্ত দিন-