পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আয়, ১৮৩১} আণৰাম ৰাৰ ৮ নবিত ১৫ পৰি আছে বুলি মানুহে কেৱ- কুক না। । মৃতকৰ সৈতে কথা পতা যেনে, ও শিকি ৰে কিপ-পত্ৰ নেও তেনে; গতিকে আনাৰ বৰুৱাই সেই টো বাটি- সময় নষ্ট অনাহকতে জীৱনটো টাৰ নালাগিছিল। মানুহৰ ৰুধিটোত যদি চেক নাথাকিল তেন্তে তাৰপৰা একো না কৰি মোৰ। " কাকত চমুকৈ তেওঁৰ জীবন-চতি টেনে বেশি বেবিতাকোতেই তেওঁ ফ্ৰানচ, দেশৰ ভাষা এনে ভালকৈ শিকিছিল যে তেওঁৰ কথাবাৰ্তা শুনে সেই দেশৰ মানুহেও তবধ মানিছিল।” যী-চৰিত লেখোই এই ব্যক্তি কথা বাবাই আনন্দিৰৰৱাৰ সুখ্যাতি কৰিবলৈ গৈছে নে অখ্যাতি কৰিবলৈ গৈছে কব নোৱাৰো, কিন্তু মই হলে কওঁ যে বৰুৱাদেওঁৰ ভো বুজি ইও এটা জ্বলন্ত প্ৰমাণ। তেওঁ মানুহ আছিল অসমীয়া, থাকিছিল ভাৰতবৰ্ষত, আৰু বিষয়-বাসনা খাই আছিল ইংৰা গবৰ্ণমে, অথচ ভাষা খি িশল পা" কবিছিল ফ্ৰান্স, তেওঁ দিনৌ সেন্স ভাৰাৰে মাত নামাতিলে তে কোনটো কাম নহ পৰিছিল কোনবাই কব পাৰেনে? ইয়াৰ পিছত, অকাৰ্য্যত সময় নষ্টৰ উদাহৰ বিচাৰি আৰু দুৰলৈ যাব লাগিবনে? এই হিচাপে চাবলৈ গলে, তোমালোকে বৰবৰুৱাকো হনলুলু আৰু হংকং দেশৰ ভাষা শিকিবলৈ পঠিৰ পাৰ, কাৰণ তাৰ স্বাৰাই তোমালোকৰ কিজানি কিবা উপকাৰ হয়েই। আনন্দৰাম বৰুৱা খৰচীয়া লোফ নাছিল। তেওঁৰ দেউতাক চহকী; তথাপি তেওঁ দেউতাকৰ হাতনিপেৰত হাত নিদি নিয়ে পোৱা জলপানি পৰা ৰূপ গোটাই বিতত পঢ়ি-শুনি ফুৰিচাকি আহিল। প্ৰবাদ আছে যে তেওঁ বিলাতৰপৰা ভাৰতলৈ উভতি আহোতে, পানিৰপৰা সচা এমোনা ঝাপ-লগত লৈ আহিছিল। ইয়াৰপৰাই ভালকৈ বুজি লোৱা, বৰুৱা ডাঙৰী- যাৰ হাতৰ আঙুলিৰ মাজৰ বিন্ধাবোৰ কেনে পানী-নসৰকা আছিল। কিন্তু ইয়াৰ পিছৰ ডোখৰ কালত তেওঁৰ অজুলিবোৰ সেৰেঙা হৈছিল; নতুবা তেওঁ অকলশৰীয়া মানুহ, তেওঁ পো নাই পোৱালি নাই, ঘৈণী নাই শাহ নাই, এনেস্থলত তেওঁ এখৈশা ধন ভাঙ্গি মুৰ্দিাবাদৰ বহষপুৰত ইনটো ভৰ ঘৰ কনি ভাত খস কৰি থাকিবৰ দিহা কৰিছি কিয়। আনৰ কথাকে নকওঁ,