পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪৪০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ELD বহী। [ ১ম বছৰ, ১২ সংখ্যা সমিতি পাতিছে, কিন্তু ওচৰত গাহঁতে সেইবোৰ একো ও নেপাই এলকা লাগি আছে। দেশৰ এক অংশই শিক্ষা পালে পান অংশই নেপালে একো উপকাৰ নাই। গতিকে উন্নত জাতিবোৰৰ আৰ্হি লৈ শাৱত গলপ নহয় অলপ শিক্ষা বিস্তাৰ চেষ্টা কৰা নিতান্ত বাঞ্ছনীয়। যদি প্ৰাইমেৰী শিক্ষা { primary education ) বাধ্য (compulsory। কৰা হয় আৰু বিমাচুলে (free) দিয়া হয় তেম্ভে এই বিষয়ে বহুত উন্নতি । আমাৰ দেশত, আনকি গাৱতো, ভালেমান ধনী মানুহ আছে, যদি তেওঁবিলাকে অলপ ধন ভাঙি ওপৰত কোৱা বিধৰ শিক্ষা অৰ্থাৎ free and compulsory education দিয়াৰ ব্যৱস্থা কৰে তেনেহলে দেশৰ কিমান উন্নতি , আৰু তেওঁবিলাকৰ ধনৰ কেনে শদ্বাৱহাৰ হয়। আৰু এটি উপায় হৈছে গধুলি হোৱা পঢ়াশালি { যাক ইংৰাজীত night school বোলে। স্থাপন কৰা। বহুত গাৱলীয় লৰা আছে যিবোৰ গেটাই নিটো গৰ কাম কৰিব লগা বাবে পঢ়াশালিলৈ যাব নোৱাৰে। তেওঁলোকে ছিনটো কাম কৰি যদি গধুলি বেলিকা পঢ়াশাপিত অলপ বেলি পঢ়া-শুনা তেনেংশে হয়। কিন্তু অকল প্ৰাইমেৰী শিক্ষাতে ফুফানক, অল্প বিদ্যা ওয়ৰী”। এনেস্থলত এই ৰতৰ শিলয়বোৰ বিবেচনা কৰা মিকাণ্ড আৱশ্যক। যদি আমাৰ জাতিৰ আৰু আমাৰ গেমৰ প্ৰকৃত উন্নতি হব লগা হয় তেনেহলে নগৰীয়া আৰু গাৱৰীয়া সকলোৱে যাতে নিৰ পায় তাৰ উপায় লিখে অৱলম্বনীয়। পদ্মধৰ চলি।