পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪১৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৬৪ বাহী। [১ম বছৰ ১২শ সংখা কি বৰলোকে জবানি হদি সশ যে লিখিছ ই গোট তোমাৰ প্ৰতি ব্যবহাৰ হয়। কিন্তু যা লোকেৰ বচন সামৰ্থতা কাৰ্যকামৰ বা শনি। আৰ অধিক কি কহিম। আমাৰ উকিল সনাতন ও কানু শৰ্ম্মা প্ৰমুখে সমন্তে নিবেক। ইতি শক ১৫৫৩” (১৬৩১ খৃষ্টাব্দ)। এই চিঠিখন তুলি দি বিস্তাবনদে সিদ্ধান্ত কৰিছে –“এই চিঠি হইতে ইহাও সূচিত হইতেছে যে, তদানীং কামৰূপ পৰ্যন্ত মুসলমানেৰ অধীনে ছিল এবং তখন ৰাজভাষা এখানে বাল্য ছিল। ইংৰা গবৰ্ণমেন্ট আসামলৈ অহাৰ লগে লগে যে সৰহকৈ বঙ্গালী। আসমত সোমাল, আৰু ত|ৰ আগেয়ে আসমত বঙ্গালী কাইকৈ কেৰাণী শ্ৰেণীৰ বঙ্গালী নাছিল, আৰু তীৰ্থযাত্ৰী বা আন শ্ৰেণীৰ বঙ্গালী হে অলপ-অচৰপ আছিল এই কথা মিসকলে বিশ্বাস কৰে তেওঁলোকৰ ভিতৰত আমিও আছে। এই কথা সকলোৱে জানে, আৰু আজি যে প্ৰমাণ। ৰাই তাক ধিয় কৰিব লগীয়। হল এইটো হে আচৰিত। সাহা সকলৰ সময় যে আসাম এঙ্গলা ভাষা নাছিল এই বিশ্বাসে আমাৰ অল। বিদ্যাবিনোৰ মহাশয়ে অসম ৰজাৰ যিখন চিঠি তুলি দি ৩০ বছৰৰ আগেয়ে আসামই বঙ্গভাষা প্ৰচলিত থকাৰ প্ৰমাণ দেখুৱাবলৈ গৈছে, সেই চিঠিয়ে তেওঁৰ সিদ্ধান্তটো যে অপ্ৰমাণ কৰি হে দেখুৱাইছে সেইটো তেওঁ দেখা নাই। বুঢ়া-া প্ৰতাপসিংহৰ ৰাজত্বৰ ক'ল ১৬৩-১৯৪১ খৃষ্টাব্দ। তেওঁৰ দিন বঙ্গদেশৰ মুছলমান নবাব সৈন্যৰে সৈতে অনেকৰাৰ তেওঁৰ যু হৈছিল। কোনো যুক্তি নবাৰৰ লয় আৰু কোনো বুজত আহোম ৰাৰ। হৈছিল। এসময়ত গুৱাহাটীলৈকে এছোৱ। আসাম নবাব অধীন হোৱাই নবাব প্ৰতিনিধি ফৌজদাৰে সেইডোখৰ কিছুদিন শাসন কৰিছিল। জোৰ বঙ্গদেশীয় বাণী মানুহ; তেওঁৰ ওখ খাপৰ বিষয়াবিলাকো বঙ্গালী খুলমান হোৱাটো খাবিক। বালী মুছলমান নবাৰৰ বাণী ফৌজদাৰৰ তা বলা হোৱাটোও স্বাভাবিক। সেই যাবে যে অসমীয়া কামৰূপৰ প্ৰজাই বঙ্গ-বালা-ভাষী দিনদেকীয়া আৰু