পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৮৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৩৮ বহী। {১ম বছৰ, ১১শ সংখ্যা তাইৰ কাম। বিধৱাৰ ৰং খেলি? বিধৱাৰ হঁহু মত? বিধৱাৰ ভোগ সুখ? ছিঃ! মানুহে শুনিলে কি বুলিব? তাত যে মহাপাপ! বুতিক বিধৱা। বাছাই মোৰ কিন্তু একোকে বুজিবকে পৰা নাই। বিয়া নে কাক বোলে আৰু বিধৱা নো কেনেকৈ হয়, বাছাৰ এতিয়াও জ্ঞান হোৱাই নাই। বিয়াৰ ৰাতি টোপনি অৱস্থাতেই মোৰ আইক সম্প্ৰদান কৰিছিলোঁ। মোৰ আইৰ কোনো কথাই মনত নাই। বাছাৰ মোৰ গাৰ গহনা-পাতি খহাই নিছে। এডোখৰ কাপোৰ পিন্ধাই লঘোনে-ভোকে আইক মোৰ ঘৰৰ এচুকত সুমাৱাই থৈছে, বাছাই প্ৰধা মানিছে; জাৰিছে, এই দেখোন সংসাৰখন এতিয়াই এনে ধুনীয়া আছিল, চাৰিও পিনে ৰং ধেমালি, চাৰিও পিনে ইহা মতা, আৰু এতিয়াই নো এইখন কি হল? তাইক নো আৰু হাঁহিবনিদিয়ে কিয়?ৰং ধেমালি কৰিব নিদিয়ে কিয়? তাই নো কি বিধৰা হল? এইটো নো কি জগৰ কেনেকৈ লাগিল? এই বাবে তাইৰ গাত কিবা দোষ আছে নে কি? কত তাই তো কোনো জগৰ লগোৱা কাম কৰা তাইৰ মনত নপৰে। তেনেহলে এই লেঠাটো নো কেনেকৈ লাগিল? কেতিয়া নো ইয়াৰ হেঙা মৰিব? এইবোৰ আৰু কত নো কি আকাশ পাতাল ভাবি মোৰ বাছাই এচুকত পৰি আছে। মোৰ হলে তাইৰ আগত ওলাবৰ আৰু গত নহল। | মোৰ মূৰত স্বৰ ভাগি পৰিছে। নিজুম মাৰি এটা কোণত বহি ন্দি আছে।। কেতিয়াবা কৰাৰপৰা আহি বাছা মোৰ ওচৰতে থিয় দিলেহি। মোক কান্দি থকা দেখি উভতি যা খোজাত সুখিলোঁ। কি হল আই? কি লাগে?" “একো নাই হোৱা দেউতা। কথা এটা কবলৈ আহিছিলোঁ।। পিছে কম। তাই যেতিয়া হাঁহি-মাতি থাফিবি তেতিয়া ক'ম আহি”। | হে ভগবান! মই নো বাৰু এই শোক প্ৰতিমাখনি চকুৰ আগত লৈ কেনেকৈ ঠাহি-নাতি থাকি? | ২৩ভাগিনীয়ে যে কি কথা কবলৈ আহিছে জানিবৰ ইচ্ছ। হোত মই সুধিলে,-“নেলাগে বাৰু পিছত কং, এতিয়াই কতেন আহা কিনে কৰ গুছি?”