পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২৭৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এ বছৰ। অস্থিৰ, ১৮৩২ শক। সপ্তম এৱাৰ্ডৰ স্বৰ্গাৰোহণ। হিয়া ভগ শোকৰ বাতৰি বিজুলী কান্ধত উঠি চেৰেকনি মাৰি বিশ্বময় কৰিলে প্ৰচাৰ- মহাৰাজ গামী হল। ৰাপুৰী শোকত মন! নিতাল মাৰিলে বিশ্ব বিচুৰ্তি মানিছে। 'ইযে বিনামেঘে বন্ধুপত! সঁচাকৈয়ে মহাৰাজ নাই? পৃথিবী বিয়াপি বাল্য ষাৰ; যি ৰাজ্যত সুদেৱ কোকো ডুবে; সি ৰাধৰ ৰাৰাজেশ্বৰ সচাকৈয়ে ইহলোকে নাই। যি ৰাজ্যই চাকি তুলি ধৰি সত্যতা বিজ্ঞান বাট দিছে পোহৰায়; যি ৰাজ্যক আহি মানি লই আন সবে পাছে পাছে যায়; ম্যায়বান নিষ্ঠাবান সকলো কাৰ্য্যৰ যি ৰাজ্যই সদাই গুৰিত; ‘দুৰ্বলীৰ চিৰমিত্ৰ দুৰ্দান্ত কাল যি ৰাজ্যৰ মূলষয় কাই; সেই মা পুণ্যশ্লোক ইংলণ্ডৰ শিৰে শাকৈয়ে ভিন্নগিলে সখীৱন।