পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২৩০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাহী। [১ম বছৰ ৬ষ্ঠ সংখ্যা সন্তোৰ পাইছে। বাবেই যে ভাই থকা যি দুটা চাইটা আসোঁৱাহ আমাৰ চকুত পৰিছে, তাৰ বিষয়ে এইখিনিতে নকৰ এনে নহয়। লেখক অসমীয়া ভাৰত পাকৈত। তেওঁৰ আহি লৈ বোধকৰে। অনেক অসমীয়া ন লেখকয়ে লেখে। গতিকে, তেওঁৰ ঘটনা যতদূৰ সম্ভব নিৰ্দোষ হোৱাটো উচিত। এনে মূলত কিতাপখনত তলত দিয়াৰ নিচিনা অশু ধবোৰ থকা উচিত নাছিল। আমি গোটাচেৰে মাধোন দেখুৱাওঁ। যেনে,-“ভাৱ বিলাক”। “বিলাক” বহুবচন বুজোৱা প্ৰত্যয়, সি একলৈ নাথাকি “ভাৱৰীয়াৰে সৈতে লগলাগি থাকিলে তাৰ গাত বল বাঢ়িব। “অকলে”ক পদালৈ আৰু দ্বিতীয় তৃতীয় শ্ৰেণীৰ লেখকলৈ এৰি থৈ "মুলিৰ” লেখকে তাৰ ঠাইত “অকলৈ” লেখিলে সুখৰ বিষয় হব। পদুলি” পদধূলিৰপৰা ওলোৱা , সেইদেসি তাৰ খোৰা-টোৰ ভৰিৰ তলুৱাত দিলে সি নেখেৰোৱাকৈ চলিব পাৰে। লেখফে যেন সেইবিষয়ে অলপ মনযোগ দিয়ে। ২ পিঠিত—“(আপোনাক আপুনি?” লিখা হৈছে স্বগত বুজাবলৈ। আপোনাআপুনি যে শুধ। ৩ আৰু পিঠিত ‘কানমাৰিৰ ঠাইত কাণ- মাৰি” লিখা হৈছে। কানমাৰি কানটো কান্ধ-মাৰিৰপৰা ওলোৱা বাবে ন’ হলেহে সজ। “অমুকাই” নেলেখি জামুকাই' লেখিলে মুখৰ বিষয় হয়; কাৰণ ভাল অসমীয়া কওঁ তাই এনেকৈ কয়,- 'আমুকাই লগ নেপাল 'অমুকে কলে। এ পিঠিত—এইপাতক” নেলেখি ‘এইট' লেহেঁতেন ভাল আছিল, কাৰণ সি ও হৈয়ে থাকিলহেঁতেন। এম পিঠিত হোৱাওঁক অথকৈ নবহুৱাই কৈ ‘বহুৱাওঁ' যোলোহেঁতেন টেটোনৰ ভিনিহিয়েক কিজানি গুচি নগৈ বহিলহেঁতেনেই। ৮ম পিঠিত,-“খুকি পায়নে?” নহৈ ‘দুকি পায় সে? হোৱাহেঁতেন অসমীয়া ব্যাকৰণৰ বৰ্গবিন্যাস প্ৰকৰণে চুকি পোৱা হলহেতেন। “নি বিষয়েও সেই কথাই। ১০ম আৰু ১১ পিঠিত “টাও কৰিব পাৰে আৰু “গছকি পে কাৰি”ৰ কথাত, লেখকে যদি তাওক টাওৰে ভাও-নকৰিলেহেঁতেন, আৰু কি ‘কাঢ়িবৰ’ পেটু কাঢ়ি ৰ ঠাইত “ক মালেহেতেন তেতে খনাইৰ উপস্থিত বিগত আমাৰ দুখ বেজাৰ একো নোগিলহেঁতেন। ১৫ পিঠ-সো ধাপ মৰা বাৰীখনেই।” এই “প চাপেৰে শৰাহেঁতেন ভাত “”