পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৯৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩.১ বিলাতৰ চিঠি। অতীতৰ কথা ভাবি ভাবি লাহে লাহে খোজ কঢ়া দেখি সংসাৰৰ গতি-বিধি বথ বিকভাবি আপুনি সুৰৰূপে নিদ্ৰাও দিব পাৰে। সচাকৈয়ে ইংলণ্ডৰ অহ-কালি মুখৰ বত। আপুনিও ঘজি জীৱনৰ বস কি জং- কালিত , তেনেহলে এই অহ-কালি আপোনাৰ আৰু সুখকৰ লাগিব। মোৰ কবিতা লেখিবৰ শক্তি নাই, থাহলে কবিতা এটি দেখি ইংলগীয় 'অহ-কালিক বন্দনা কৰি আপোনালৈ পঠিয়ালোহেঁতেন। | 'ই-কালি ইয়াত সুৰ্য। ৮|• বা ১ বা অন্য যা। লাহে লাহে শৰৎ কালৰাগমনত সময় কৰি আহে। জাৰ-কালি যৎ ফিম সুদেৱৰ দেখাকে পোয় নেয়। পাটী এজনে তেওঁলোকৰ এই সমৰ্থন কৰি এজন ইংলঞ্জীয়ৰু কি কেছিল আপুনি অৱশ্যে কানে। ইংলীয়জনে পাচীনক সুধিলে “তোমাকে সুৰ্য্যক কিয় পূজা কৰা? ছিঃ, ই ব বয়া কথা! তোমালোকৰ - -1” পাচজনে ইংলঞ্জীয়নৰ মথৰ কথা শেহ হালৈ নিদিয়াকৈয়ে কলে, মনে মনে থাকা দেও হে, আমাৰ সূৰ্য। তোমালোকৰ ইয়াত থকাহলে তোমালোকেও তেওঁক পূজা কৰিলহেঁতেন।" জাৰ-কালি কেতিয়াবা ইয়াত এনে এন্ধাৰ হয় ষে দিনৰে-দিনটে। চাকি লগাই হে কাম- বন কৰিব পাৰি। আজি ৰালিৰ কথা কৈ আপোনাক পাও; অহ-কালিৰ কথাকে গুনক। এই দেশত কোনো মানুহ যিমান দুখীয়াই হওক, কম পক্ষেও সহ-কালি তেওঁ এসপ্তাহমান কাম-বনৰপৰা মাৰি লৈ সপৰিয়ালে চহৰৰ গেজাগেনি। পৰ উৰ হৈ, হয় সত্ৰৰ তীৰত, নহ গাৱৰ সৰি পথাৰ ওচৰত আশ্ৰয় লৈ তেওঁৰ শৰীৰৰ ভাগৰ আৰু আনি খেদাই আকৌ কাম নিষিয়ে প্ৰস্তুত হয়। এইটো বৰ ভাল নিয়ৰ। আমাৰ দেশৰ মানুহে এনে বিশ্ৰাম মূলা বুল হলে আমাৰ দেশত নীয়া-পাতিৰ শেখ ভালেমান কমিশনে সি যি হওক, এই taking a holiday" নিয়ৰটো ইয়াত বা প্ৰচলিত। কালি Where are you going for your holiday” এই এটো বৰ শাখাৰ। মনৰ ওচৰত বহুতো সহজীৰ গই। টেনশনেই বা কিমান ডাঙৰ? তিনি চাৰি গা বেল ফুৰি এটাৰপৰা এঠাইলৈ গলেই তো তেওঁৰ ফুলি , “You