পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৯১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিলাৰ চিঠি। সম্পাদক ডাঃীয়া, গল বাৰত আমাৰ দেশৰ মানুহ বিলাতলৈ অহা উচিত বুলি আপোনালৈ লেখিছিলো। “বিলা” বুলি কোৱাত আপুনি নাতাশিব যে মই ইংলওয়েছে মাথোন বুজাইছে; ফুৰোপৰ আন আন ঠাই আৰু আমেৰিাকে। বিলাত বুলি ভাবক। আন কি, জাপানলৈকো আমাৰ শৰাৰোৰ যোৱা উচিত। যি মেশত শিক্ষা পোৱা যায় সেই দেশলৈকে যোৱা উচিত। দুখৰ বিষ, আমেৰিকা আৰু জাপানৰ বাতৰি মই সৰুলি দিব নোৱাৰো। যুোপ তত ইংলণ্ড আৰু কটলণ্ডৰ বাতৰি হে যই ভালকৈ দিব পাৰিম। জালৰ বাতৰিও অলপ-অচৰপ দিব পাৰিম। যদি সময় পাওঁ সেইবোৰ লাহে লাহে লেখি থাকি। আপোনাৰ কাকতৰ নিমিত্তে লেখাটো তো সুখৰ কথা। গল বাৰত কৈছে। সে ৰূপবান নোহোৱাকৈ বিলাতলৈ আহিবলৈ মই কাকো উৎসাহ নিদিওঁ। ইয়ালৈ টকা-কড়ি নোহোৱ ভাৰতবৰ্ষীয় মানুহ আহি ৰৰ বিপৰ্মাৱস্থাত পৰা আমি দেখিছোঁ। ভাল মানুহৰ বহুতো লৰাই ইয়ালৈ আহি কিমান যে সৰু কাম হাত দিয়া দেখিছো কি কম! ধেনে; বাটে বাটে হেবিল” বিলোৱা, হোটেলত চাকৰ হোৱা; ইত্যাদি। আমাৰ দেশৰ ভাল মানুহৰ লৰা ইয়ালৈ আহি টক-কড়িৰ অভাৱত পৰি সৰু কামত হাত দিবলৈ বাধ্য হোৱাটো দেখা পালে ভাল নালাগে। আপোনাৰ পাঠক সকলৰ ভিতৰত যদি কোনোৱে যুবোপলৈ আহিবলৈ মনত থিৰ কৰে, তেওঁ যেন বিপদৰ বা পৃথিবীত শক্তিশালী বন্ধু টকাক ভালকৈ সম্বল কৰি লগত লৈ আহে। “বিলাতলৈ গৈ তাত কাম কৰি টকা উপান কৰি পঢ়িম” বুলি যেন কোনো নাহে। আপনি হয় তা সুধিব, তুমি কিখান বয়সত আৰাৰ ৰবিলাকক বিদেশলৈ যাবলৈ কোৱা?” উত্তৰত কওঁ যে, ওঠৰ বছৰৰ আগেয়ে কেতি যাও নহয়। তাৰ মানে এম, এ, মান “পাছ কৰি অহাটো ভাল। এ - .