পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১১০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

96 বাহা। [১া বন্ধু, ৩ সংখ্য প্ৰত্যেকজন গাঙৰীয়াৰ একোটিকৈ লৰা সেই গোপনীয়া লৰাৰ ৱেৰে সৈতে মৈদামত দিব লাগে, যাতে সেই লৰাবোৰে সৈতে তোলনীয়। সেৱৰ মৈদা- যত উমলি থাকিব পাৰে। যেনে আদেশ তেনে কাম হল। চাই পৱিাচোন সেই আঠোটি শনা। তেওঁলোকে তোলনীয়াক বেঢ়ি যহি, আছে। সেই আঠোটিয়েই আঠজন ডাঙৰীয়াৰ লৰা। পূৰ ফালৰ তিনটি—বৰগোহাঁই, বুঢ়াগোহাঁই, আৰু বৰপাত্ৰগোহাঁইৰ লৰা। পশ্চিম ফালৰ তিনটিৰ এটি বৰ- বৰুৱাৰ, এটি বৰফুকনৰ, আৰু এটি নাওবৈচা ফুকনৰ। দুকাষৰে দুটিৰ এটি ডিহিঙীয়া ফুকনৰ, আনটি ভিতৰুৱাল ফুকনৰ লৰা। খোৱা বৰ কাষত বহি থকা সেইটো চাংমাই তোেলনীয়াক ভাতপানী ৰান্ধি খুৱাবলৈ দিয়া হৈছিল। হাত জোৰ লৈ থকা সেই দুটা আৰিয়া-ধৰা, বন কৰি দিবলৈ সেই দুটা লিঙ্গে, তোলবীয় উঠি ফুৰিবলৈ সেই দুটা হাতী, সেইকেইটা ঘোৰা, সেইখন কেকোৰালোলা। সেইবোৰ ৰাটি, কাহী, শৰাই, মেচৰা, বৰপিৰা, ছালপিৰা আদি নানান বস্তু দেখিছাই; সেই এটাইবোৰ তোলনীয়া কোৱ - ৰৰ ব্যৱহাৰৰ নিমিত্তে দিয়া হৈছিল। মই কোন, মোকে কিয় ইয়াত দিয়া হৈছিল, সেইটোও মোক ভাঙি কৈ ওঁ। মই গেলনীয়া কোৱ- এ লেখাপড়া শিকোৱা অ্যাপক আছিলে॥ লৰাটিয়ে মোক বৰ ভাল পাইছিল, সেইদেখি লৰাটিক লেখা পড়া শিকাবলৈ চেটিয়ানীৰ বুধি শুনি ৰাই যোকো মৈদামত দিলে। আহোম ৰাৰ কাৰু, বিচাৰ, বিবেচনা, বৰ, ৰীতি আক নীতিৰ এই চিনাকি, খোপাদেও, তোক দিলো। এওঁ- শোকৰ কাৰ্য্য দেখিলে, এই পৃথিবীত ঈশ্বৰৰ কি হাত আছে যেন মনে নংৰে। এওঁলোকে নিজৰু পৰ্গদেও অৰ্থাৎ স্বৰ্গৰ দেৱতা বোলে। এনে বোৰ ব্যৱস্থা যদি স্বৰ্গৰ পৰাহে এওঁলোকে নমাই লগত লৈ আহিছিল, তেনেহলে তেনেখন স্বৰ্গলৈ জন্মজন্মান্তৰেও যেন কোনো নাযায়। তেনে স্বৰ্গলৈ যোৱাতকৈ এই গুঙ্কৰ মৈদাম দুৰ্ঘোৰ যন্ত্ৰণা সহিও যেন চিৰকাণ আমি থাকো। বোপালেও, এই দেণ্ডসকলৰ শ এতিয়াও নামত আছেনে?” মই মূৰ কোৰি নাই বুলি উৰৰ দিলে। মোৰ উত্তৰটো শুনি তেওঁ আকাশৰ ফালে চাই কশে তেনেহলে হে ঈশ্বৰ তুমি আছ। আৰু এই পৃথিবীত ধৰ্ম্মও আছে।”