পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১০০২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫৩৪ { ২ শত্ব, ১২শ সংখ্য আঁটিল আই অাসক মণিপুৰীয়বিলাকৰ লগঞ্জে খুন “prepossessed কৰিলে। আমি এতিয়া আৰু ঈশ্বৰে কৰিলে মণিপুৰ দেখিবলৈ পাম। কিয়নো, আমাক ওই পঠোৱাহেতেন এই “মৌখানাৰ পৰাই পঠালেহেতেন। আমি শুনিবলৈ পালে, কিছুমান পাঠান আৰু গুৰ্থা জাতীয় মানুহৰ স্বাৰাই মণিপুৰ তিৰোতাৰ প্রতি অত্যাচাৰ সম্বন্ধীয় কেইটামান বৰ ডাঙৰ ঘটনা ঘটিছিল। তেতিয়াৰেপৰা হেনাে তেনে বিধৰ মানুহৰ বাকে তাকে ৰাজ্যলৈ সোমাৰ দিয়াৰ হৈছে। অইন বিদেশীৰ নিমিত্তে নিয়ম তেনে "কড়” নহয়। কিছুদূৰ আগষটি সুবিধাজনক ঠাই চাই শাড়ী ৰখালে। অৰণাৰ পানীত গা ধুই বৰ ভাল তাগিল। চাহ আৰু জলপানৰ দ্বাৰাই আমাৰ আহাৰ শেষ কৰা হল। খাই-ৰৈ অলপ জিৰাবৰ পাছত গাড়ী আকৌ এৰি দিলে। এই বাৰ আমি নিজে গাড়ী চলাই চাব খুজি তাকে ফৰিলে। “গাড়ী চলাৰ নেজানিলে, বাগী চলাৰ নেজানি” এই কাৰণ দেখুৱাই মােৰ প্ৰথম সীজনে নিজক গাড়ী চলােৱা কাৰ সুখ বুলি প্ৰকাশ কৰিলে। মণিপুৰীৰ গৰু চলোৱাৰ এটা বিশেষত্ব আছে। “অৰ অৰ” বুলি সেফালৰ গৰুটোৰ পিঠিত হাত নিলে সি যেই চলে। আৰু “সিন্তি তিতি" বুলি ৰওফালৰ শটোৰ গাত হাত দিলে সি খৰকৈ চলিবলৈ ধৰে। কোনটোক 'অ” বুলিব লাগে আৰু কোনটোক তিতি” বুলিব লাগে সেইটো বুলি লৈ আমি এত্যেকে পালকুমে গাড়ী চলাবলৈ ৰিলে। মোৰ গালত মইও চলাকাল ছিলো। মােৰ বিশ্বাস ছিল মই গাড়ী চলোৱাত । সেইবাবে নিশ্চিত মনেৰে আগ বাঢ়িলোঁ। মাড়ােয়ানটোৱেও জামাক গাড়ীখন নিয়ে নি চলাৰ পৰা দেখি, অলপ পায় পৰি, পিছৰ গাড়ীৰ লগত আহিছিল। অলপ দূৰ যোৱৰ পাতে বৰকৈ চলাৰৰ মনেৰে অৰ, অৰ"'প্রিতি ভিতি” বুলি গৰ পিঠিত হাত দি সিহতক খেলবলৈ ধৰিলে। শাড়ী খৰকৈ যাবলৈ ধৰিলে কিন্তু হঠাৎ একেবাৰে কুৰুৰ শিচেই ওচৰ পালে গৈ। গাড়ীত উঠি থকা ৰ এনে ৰ মাৰি গাড়ীৰপৰা নাৰি পৰিল। জান এলে নিশিৰৰ ভিতৰতে মামিৰ পৰা অৱস্থাত ৰ। “ হহ বুলি চি'ৰি পৰোৱাটো পপ পৰিছিল। মইও ইফালে গড়া এৰি দিহান মাৰি নামে। নমাে হৈ আহিলে। কিন্তু গবোকানে শাহি পাৰ তা ঠিক বলে