পৃষ্ঠা:বহল ব্যাকৰণ.pdf/৯১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২
বহল ব্যাকৰণ।
বিভক্তি একবচন   বহুবচন
প্ৰথমা কোনোৱে কোনোবিলাকে
দ্বিতীয়া কোনোক কোনোবিলাকক
তৃতীয়া কোনোৰে

(আনবিলাক ওপৰৰ দৰে)

কোনোবিলাকেৰে

(আনবিলাক ওপৰৰ দৰে)

চতুৰ্থী কোনোলৈ

কোনোক

কোনোবিলাকলৈ

কোনোবিলাকক

পঞ্চমী কোনোৰ পৰা কোনোবিলাকৰ পৰা
ষষ্ঠী কোনোৰ কোনোবিলাকৰ
সপ্তমী কোনোত কোনোবিলাকত

তৃতীয় পুৰুষৰ সৰ্ব্বনাম — কোনোবা।
তিনিও লিঙ্গত।

 ২৪। ইয়াৰ বহুবচন কৰিবলৈ অনাদৰত বোৰ আৰু বিলাক, আদৰত আৰু সম্ভ্ৰমত বিলাক যোগ দিয়া হয়।

বিভক্তি একবচন   বহুবচন
প্ৰথমা কোনোবাই কোনোবাবিলাকে
দ্বিতীয়া কোনোবাক কোনোবাবিলাকক
তৃতীয়া কোনোবাৰে

(আনবিলাক ওপৰৰ দৰে)

কোনোবাবিলাকেৰে

(আনবিলাক ওপৰৰ দৰে)

চতুৰ্থী কোনোবালৈ

কোনোবাক

কোনোবাবিলাকলৈ

কোনোবাবিলাকক

পঞ্চমী কোনোবাৰ পৰা কোনোবাবিলাকৰ পৰা