পৃষ্ঠা:বহল ব্যাকৰণ.pdf/৮৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯
বহল ব্যাকৰণ।

তৃতীয় পুৰুষৰ সৰ্ব্বনাম — এই।
স্ত্ৰীলিঙ্গ।

 ১৯। হঁত যোগ দি ইয়াৰ বহুবচন কৰা হয়।

বিভক্তি একবচন   বহুবচন
প্ৰথমা এই এইহঁতে
দ্বিতীয়া এইক এইহঁতক
তৃতীয়া এইৰে

(আনবিলাক ওপৰৰ দৰে)

এইহঁতেৰে

(আনবিলাক ওপৰৰ দৰে)

চতুৰ্থী এইলৈ

এইক

এইহঁতলৈ

এইহঁতক

পঞ্চমী এইৰ পৰা এইহঁতৰ পৰা
ষষ্ঠী এইৰ এইহঁতৰ
সপ্তমী এইত এইহঁতত

তৃতীয় পুৰুষৰ সৰ্ব্বনাম — এওঁ।
পুং আৰু স্ত্ৰীলিঙ্গত।

 ২০। লোক বা বিলাক যোগ দি ইয়াৰ বহুবচন কৰা হয়।

বিভক্তি একবচন   বহুবচন
প্ৰথমা এওঁ এওঁবিলাকে
দ্বিতীয়া এওঁক এওঁবিলাকক
তৃতীয়া এওঁৰে

(আনবিলাক ওপৰৰ দৰে)

এওঁবিলাকেৰে

(আনবিলাক ওপৰৰ দৰে)