পৃষ্ঠা:বহল ব্যাকৰণ.pdf/৮৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
বহল ব্যাকৰণ।
বিভক্তি একবচন   বহুবচন
তৃতীয়া তাইৰ দ্বাৰা

বা
দ্বাৰায়

তাইহঁতৰ দ্বাৰা

বা
দ্বাৰায়

চতুৰ্থী তাইলৈ

তাইক

তাইহঁতলৈ

তাইহঁতক

পঞ্চমী তাইৰ পৰা তাইহঁতৰ পৰা
ষষ্ঠী তাইৰ তাইহঁতৰ
সপ্তমী তাইত তাইহঁতত

তৃতীয় পুৰুষৰ সৰ্ব্বনাম — তেওঁ
পুং স্ত্ৰী দুয়ো লিঙ্গত।

 ১৬। বিলাক বা লোক যোগ দি ইয়াৰ বহুবচন কৰা হয়।

বিভক্তি একবচন   বহুবচন
প্ৰথমা তেওঁ তেওঁবিলাকে
দ্বিতীয়া তেওঁক তেওঁবিলাকক
তৃতীয়া তেওঁৰে

তেওঁকদি

তেওঁৰদ্বাৰা
বা
দ্বাৰায়

তেওঁবিলাকেৰে

তেওঁবিলাককদি,
তেওঁবিলাকেদি
তেওঁবিলাকৰ দ্বাৰা
বা
দ্বাৰায়