পৃষ্ঠা:বহল ব্যাকৰণ.pdf/৮৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
বহল ব্যাকৰণ।
বিভক্তি একবচন   বহুবচন
প্ৰথমা সি সিহঁতে, তাহঁতে
দ্বিতীয়া তাক সিহঁতক, তাহঁতক
তৃতীয়া তাৰে

তাকদি

তাৰ দ্বাৰা বা দ্বাৰায়

সিহঁতেৰে, তাহঁতেৰে

সিহঁতকদি, সিহঁতেদি
তাহঁতকদি, তাহঁতেদি
সিহঁতৰ দ্বাৰা বা
দ্বাৰায়, তাহঁতৰ দ্বাৰা
বা দ্বাৰায়

চতুৰ্থী তালৈ

তাক

সিহঁতকলৈ, তাহঁতকলৈ

সিহঁতক, তাহঁতক

পঞ্চমী তাৰ পৰা সিহঁতৰ পৰা, তাহঁতৰ পৰা
ষষ্ঠী তাৰ সিহঁতৰ, তাহঁতৰ
সপ্তমী তাত সিহঁতত, তাহঁতত

তৃতীয় পুৰুষৰ সৰ্ব্বনাম — তাই
স্ত্ৰীলিঙ্গ।
১৬। হঁত যোগ দি ইয়াৰ বহুবচন কৰা হয়।

বিভক্তি একবচন   বহুবচন
প্ৰথমা তাই তাইহঁতে
দ্বিতীয়া তাইক তাইহঁতক
তৃতীয়া তাইৰে

তাইকদি

তাইহঁতেৰে

তাইহঁতকদি, তাইহঁতেদি