পৃষ্ঠা:বহল ব্যাকৰণ.pdf/৮০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
বহল ব্যাকৰণ।

কৰিবলৈ কেতিয়াবা লোক চিন্ যোগ দিয়া হয়। এই চিন্ যোগ নিদিয়াকৈও ইয়াৰ বহুবচন হয়।

বিভক্তি একবচন   বহুবচন
প্ৰথমা মই আমি, আমালোকে
দ্বিতীয়া মোক আমাক, আমালোকক
তৃতীয়া মোৰে

মোকদি
মোৰ দ্বাৰা
বা
মোৰ দ্বাৰায়

আমাৰে, আমালোকেৰে

আমাকদি, আমালোকেদি
আমাৰ দ্বাৰা, আমালোকৰ দ্বাৰা
 বা
আমাৰ দ্বাৰায়, আমালোকৰ দ্বাৰায়

চতুৰ্থী মোলৈ

মোক

আমালৈ, আমালোকলৈ

আমাক, আমালোকক

পঞ্চমী মোৰ পৰা আমাৰ পৰা, আমালোকৰ পৰা
ষষ্ঠী মোৰ আমাৰ, আমালোকৰ
সপ্তমী মোত আমাত, আমালোকত