পৃষ্ঠা:বহল ব্যাকৰণ.pdf/৩৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
বহল ব্যাকৰণ

ঈষৎ, বিষ, গ্ৰীষ্ম, উষ্ম, ঔষধ, পোষণ।
বিশেষ, বিশেষ্য, ভীষ্ম, পৌষ, বিশেষণ॥
পাষাণ, ভিষক আৰু ঘৰ্ষণ, নিঃশেষ।
সকলোৰে মূৰ্দ্ধন্য ষ জানিবা বিশেষ॥

⸻⸺