পৃষ্ঠা:বহল ব্যাকৰণ.pdf/৩২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০১
বহল ব্যাকৰণ।


সৰহ আখৰ থাকিব পাৰে। দুই ফাঁকিৰ শেষ আখৰ পদৰ দৰে মিলে। যেনে :—

(১)

(হামাকু?) কুণ্ডিন নগৰী অনুপাম।
আছে কন্যা এক ৰুকমিনী নাম॥
ভীষ্মক-ৰাজ-নন্দিনী বৰ বালা।
বাঢ়য় নব জিনি চান্দক কলা॥

কি কহব ৰমণীক ৰূপ প্ৰচুৰ।
বদনক হেৰি চান্দ ভেল দূৰ॥
নয়নক পেখি পাই বড়ি লাজ।
কৰল ঝম্প কমল জল মাঝ॥

(২)

শুন শুন ৰুকমিনী মাই।
কৃষ্ণ গুণ কহন নযাই॥
মুখ ইন্দু কোটি পৰকাশ।
দশন মোতিম মন্দ হাস॥

নয়ন পঙ্কজ নব পাতা।
কৰতল উত্পল ৰাতা॥
মদনক ধনু ভ্ৰূব ভঙ্গ।
ভুজযুগ বলিত ভুজঙ্গ॥