পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৩
বহল ব্যাকৰণ।

আৰু যেনে, সু—কৃ +খল =সুকৰ, দুঃ—কৃ +খল = দুঙ্কৰ, দুঃ—গম্ +খল = দুৰ্গম, সু—গম্ +খল = সুগম, দুঃ— লভ+খল=দুৰ্লভ।

 ৭৪। নী, শস্,দন্‌শ্, আদি ধাতুত কৰণবাচ্যত এ প্ৰত্যয় হয়। যেনে (ইয়াৰে বস্তুবোৰে ভিতৰলৈ নিয়ে) নী—নেত্ৰ, (ইয়াৰে শাসন কৰে ) শস্—শস্ত্ৰ, (ইয়াৰে দংশন কৰে) দন্ স্—দংষ্ট্ৰা স্ত্ৰী।

ইএ।

 ৭৫। পূ, চৰ্ আদি ধাতুত কৰণবাচ্যত ইএ প্ৰত্যয় হয়। যেনে, পূ – পবিত্ৰ, চৰ—চৰিত্ৰ।

ন।

 ৭৬। যত্, যজ্‌ আদি ধাতুত ভাববাচ্যত ল প্ৰত্যয় হয়। যেনে, যত্—যত্ন, যজ—যজ্ঞ, ৰত—ৰত্ন, স্বপ্—স্বপ্ন, প্ৰচ্ছ্—প্ৰশ্ন (ইয়াৰ চ্ছ মৰি শ হয়)।

ঙ।

 ৭৭। সনন্ত, নিজন্ত, নাম ধাতু, আৰু শন্ স্ হিন্ স ধাতুৰ পাচত, ভাববাচ্যত ঙ প্ৰত্যয় হয়। ঙ্ ইৎ যায়, অ থাকে। যেনে,
 সনন্ত ধাতু—পিপাস্—পিপাস স্ত্ৰী পিপাসা, জিজ্ঞাস্— জিজ্ঞাস স্ত্ৰী জিজ্ঞাসা, মীমাংস্— মীমাংস স্ত্ৰী মীমাংসা।