পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৫
বহল ব্যাকৰণ।

অতি—অতিশয়, অতিক্ৰম, অতিথি, অতিৰিক্ত, অতীত।
উপ—উপসাৰ, উপসৰ্গ, উপমা, উপযুক্ত, উপন্যাস, উপদেশ, উপক্ৰম।
আ—আপত্তি, আপদ, আপাততঃ, আপ্যায়িত, আভৰণ, আভা, আবদ্ধ।