পৃষ্ঠা:বলাই-বিহুলী.djvu/৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জাননী।

 আমাৰ দোকানত স্কুলীয়া লৰাৰ সকলো কেচনৰ কোট, কামিজ, পেণ্ট, ফ্ৰগ, ব্লাউজ, চেমি্জ‌, তেল, সেন্দুৰ, ফণি, আছি, সেণ্ট, স্নো আৰু কিতাপ, কাগজ, দত, কলম, ব্লেকবোৰ্ড, ফুটবল, ভলিবল, বেড মিণ্টন ৰেকেত, কক্, ফাউণ্টেন পেন, ছবি-আয়না, এক্সাৰচাইজ বুক, মেপ, বিয়াৰ উপহাৰ, লেফাফা, ফেন্সি কাৰ্ড, অস মীয়া, হিন্দী, বেঙ্গলী, উৰ্দ্দু, আৰবী ইত্যাদি কিতাপ মজুত পাব। অৰ্ডাৰ পালে মফস্বললৈও পঠোৱা হয়। তলত দিয়া কিতাপ কিখন শতকৰা ১২॥০ টকা কমি চনত পাব।

অসমীয়া উজু ধাৰাপাত —৷৵৹ অনা
আখৰ চিনাক —৵৬ (মফস্বলৰ কাৰণে
স্যমন্ত হৰণ —৶৹ অনা
বলাই বিহুলী —॥৹ ,,

পোৱাৰ ঠাই-


ষ্টুডেণ্টস ষ্টোৰ।


ঢাকাইপট্টি, নগাওঁ, আসাম।


 নগাওঁ সূৰ্য্য প্ৰেছত শ্ৰীকালী মোহন বৰুৱাৰ দ্বাৰা ছপা হল।