পৃষ্ঠা:বনৰ বন্ধুৰ মনৰ খবৰ.pdf/৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বুকুৱে পিঠিয়ে
ভিক্স মালিছ কৰি
নাকতো ল’লে সানি,
দীঘল নাকেৰে
ভিক্স উজাই মানে
আহিয়ে পালে পানী॥

শুঁৰ ডালে আক’
নাক আৰু হাত
দুইৰো কামেই কৰে,
এবাৰ নাকৰ
পানীবোৰ পেলায়
এবাৰ ছাতিটো ধৰে॥

* বনৰ বন্ধুৰ মনৰ খবৰ॥৩॥