পৃষ্ঠা:বনৰ বন্ধুৰ মনৰ খবৰ.pdf/৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দুখ নাপায় নেকি
 যেতিয়া ফুলবোৰ
  বুকুৰ পৰা আজুৰি নিয়া॥
  আমাক ইচ্ছামতে
   বাঢ়িবলৈ নিদি
    ‘বনছাই কৰিছা,
   নিজে তোমালোকে
    ওখ হ’বলৈ চোন।
     ‘হাইহিল্‌’ পিন্ধিছা॥

   ফুলিবলৈ তো
    আমাৰো মন যায়
     সুন্দৰ পৃথিৱীখনত

বনৰ বন্ধুৰ মনৰ খবৰ॥ ২৯॥