পৃষ্ঠা:বনেৰ মৰে চ'ৰা কবিতা.pdf/২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
 

তোমাক লৈ যাম ফুলনিৰ বাগিচাত।
তোমাক চাই কলিবোৰে গুচাই,
খৰ দৰ কৈ ফুটি উঠিব।
ফুলৰ লাগিব তোমাৰ দেখা পাই।

তোমাক লৈ যাম সাগৰৰ পাৰত ৷
জলচৰ জীৱ বোৰে পাৰলৈ আহিব
পানীয়ে ডাঙৰ ডাঙৰ ঢেউ উঠিব
তোমাৰ গা চুৱলে।

  • * * *