পৃষ্ঠা:বড় গীত.pdf/৯৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(১৫) ) গবসন্ত ভৈল হাৰ জানিবা পিম্পৰা প্ৰসন্ত যত নিশ্চয় কৰি আৰু॥ নজানয় শাস্ত্ৰমত নপাৰয় অৰ্থ তত্ত্ব নপাৰয় অৰ্থ কেহে৷ তাৰ। আনমতে যদি যাই ইকথা মনত নাই জানিবেক শকতি কাহাৰ॥ ইটো কলি কালে সৰি নাম বিনে নাহি আৰি ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য = হৈয়া নবাছিব নাম এৰি কৰ্ম্ম ধৰ্ম্ম কৰে। ধৰিবে পাষণ্ড মতি তাৰ আৰ নাহি গতি প্ৰবৰ্তিৰ লোক বিভিচাৰে॥ সবে যাই হৈব একাকাৰ। শূদ্ৰসব আছে যত সবে এক তৰে খাইব কি কহিব কথা আমি তাৰ। কলিৰ শেষত পাছে ৰামসত্য যুগ হৈব প্ৰবৰ্তিৰ লোক শুদ্ধ ধৰ্ম্মে। হৰিত ভকতি ধৰি যাইব লোক মায়া তৰি নকৰিবে ৰতি কেহো কৰ্ম্মে॥ দেহ যাইবেক চলি নৌশৰ যানত চৰি মৰিবাক যেন নালাগয়। তৈৰপৰা আসিবেক ঐৰেপৰা যাইবে তৈক চকি ঘাটে যেন পায়।