পৃষ্ঠা:বড় গীত.pdf/৭৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(ক) দশম স্কন্ধত দশজন ঈশ্বৰ দেখিয়ো সৰ্বজন দৈৱকী পুত্ৰক দুই চক্ষু দেখি তথা || তেন্তে অনাথৰ ঘৰ নিজ ঈশ্বৰ কৃষ্ণৰ ভলু দ্বিজ সাক্ষী লৈয়ো আৰু দশম স্কন্ধক চাই। পশু-পক্ষী কাটি পূজা কৰে নৰকত গৈয়া পাছে পৰে একে৷ কালে তাৰ গতি নাই নাই নাই। আৰু এক কথা কহে। আমি শুনিও পণ্ডিত সব তুমি তাত তোৰা সবে নকৰিবা অসন্তোষ। কহিলোহো আমি শাস্ত্ৰ সাৰ বিচাৰি লৈয়োক তত্ত্ব আৰ চৰণত ধৰে। নধৰিবা কিছু দোষ পদ আত অনন্তৰে শুনা সভাসদ চৰ। আছিলেক পুৰ্বেৰ এক বাঞ্জিৰ তনয়। কাক বোলে বাঞ্জিৰ তনয় শুনিয়োক পণ্ডিত সব থিৰ উচ্ছ হৈয়া ৰঙ্গে তাল কোনজন। কৰি মন॥ বাহ্যক বজান্ত। পবনৰ জৰিতে তিনিও শুনিচন্ত॥ হেনশুনি পণ্ডিতৰ মনত সংশয়। নপাইলৰ কেহো আৰু অৰ্থক নিশ্চয়।