দেখিয়োক ৰামচন্দ্ৰ হৰি বিস্থা মুত্ৰ কৰি নোধৱ লঙ্কায়ে সহিতে ৰাৱণক বানৰে সহিতে মিত্ৰ কৰি বধিলাহা॥ অশুচি বানৰ দুৰাশয় ভাঙ্ক গলে বান্ধি ধৰিলন্ত কৃপাময়। সুমন্ত আদি বীৰবৰ নাহি নাহি তযু শ্ৰেষ্ঠতৰ গুহ চাণ্ডালক সাবটিল। তাৰ ভক্তি দেখি তুষ্ট ভৈলা বেগুনি পৰম মহন্ত যাত পৰে নাহিকয়। পৰম ঈশ্বৰ দেৱতাৰ আদি দেৱ। ভকতিত বৈশ্য ভগৱন্ত জাতি কুল লৈয়া নবাচক এক চিত্ত কৰি পৰম দ্বীপ নামে ঈশ্বৰক ভৰিলা বানৰ ৰামক আৰু কথা কহো শুনিয়োক সৃষ্টিৰ আঘাত বুলিলস্ত ৰমণ দ্বীপক চলা তুমি হেনশুনি দ্বীপ নাৰায়ণ শুনা তাত পাছে যেন ভৈল। ভাৰ্য্যা পুত্ৰৰ সঙ্গ পাইলা মোৰ আজ্ঞা পালি পৰম আনন্দে সৃষ্টি কৰিয়া সেৱ॥ সামাজিক সব যত লোক আনন্দ মনে। নাৰায়ণ দেৱ ভগৱন্ত পাছে চাই চাই। নিশ্চয় কৰিয়া কৈলো আমি সৃষ্টি প্ৰবৰ্ত্তায় যাই। চলি গৈলা ৰঙ্গে তেতিক্ষণ কৰিবাক লৈলা। তাৰ তিন পুত্ৰ উপজিলা পৰিলা বিপাকে স্বষ্টিত ৰহি থাকিলা॥ ঈশ্বৰক লগ নপাইলা শুনা সাধু সব মাৰ কিবা কৈবো কথা।
পৃষ্ঠা:বড় গীত.pdf/৭৫
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই