পৃষ্ঠা:বড় গীত.pdf/৭০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বড় গীত গুৰু ভাবি মনে সেই মতে গতি কৰে। হুকুম পালনে হৰিএ দুৰ্গা পদ ভাবি শ্ৰী-কান্ত ৰবি ভণে চিন্তান্বিত হৈয়া। অল্প দিনে পৰে কালে নিব ধৰে মিছা ধন পুত্ৰ লৈয়া॥ হৰিএ সংক্ষেপতে এড়ি বাহুল্য নকৰি সামৰিলো এই খিনি। হীন বুদ্ধি আমি একোকে নজানি গুৰু পদ মাত্ৰ জানি॥ হৰিএ এতেকতে ভাই হৰি গুণ গাই কৰিবা স্থিৰ মনৰ। সংসাৰ ভিতৰ নাই আপোনাৰ ভাগী মাত্ৰ পাপ পুণ্যৰ॥ অন্ত। 408 ( 50 )