পৃষ্ঠা:বড় গীত.pdf/৬৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(65)). বড় গীতা বিধি হে কৰ্ম্ম বন্ধ এড়াইতে নাপাৰি। মৰমৰ বাপাচানা! মৰমৰ বাপা মোৰ চেনেহৰ ভাই। ক কৈক গলি মোক শোক সাগৰে পেলাই। তাৰ বৰ আশা কৰিছিলে৷ মনে মনে তোক নি আগেয়েই গলি অনাথিনী কৰি মোক | N তোৰ বুদ্ধি বল ভাই সুমৰি সুমৰি। জীয়াতোতে মৰ৷ প্ৰায় আছে৷ প্ৰাণ ধৰি। তেশ সাতাইশ সন ভাজৰ মাহত। বিপক্ষেৰ সঙ্গে হয় কাজিয়া হঠাৎ॥ তি ধৰিছিল মোক তাতে আক্ৰমণ কৰি। * তোৰ সাহসত ভাই আহিলো উদ্ধাৰি। অৰ্জ্জুনে কৰিলে বন্ধ যেনেকৈ কৰ্ণক। পৰাস্ত কৰিলি ভাই তয়ো বিপক্ষক॥ চাৰি ভাই মাজে তই সৰ্ব্ব গুণে সাৰ। তোৰ অবিহনে বাপা সব অন্ধকাৰ॥ নিজ হাতে সজাই তই প্ৰতিমা দুৰ্গাৰ। কৰিছিলি পূজা ভাই তিনি চাৰি বাৰ॥ ৰূপে গুণে বলে বুদ্ধি তোৰ সম ভাই। গাওঁৰ মাজত নেদেখোহে৷ কাকে৷ মই॥