পৃষ্ঠা:বড় গীত.pdf/৬০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বড় গীত ভীষ্ম দ্ৰোণ আদি দ্ৰৌপদীৰ বস্ত্ৰে নৃপতি সকলে হস্তিনা ভৰিলা আগতে আছিল৷ ছাই। উঘ৷ যেন ঘুৰুয়াই! ৰাজ সমাজত বিবস্ত্ৰ কৰিল৷ কৌৰৱৰ মনতে ৰঙ্গ। বস্ত্ৰৰূপে হবি আবৰি ধৰিল৷ নেদেখিল। একে। অঙ্গ | বিছৰে বোলেবে অন্ধকৰ পুত্ৰ দিনতে দুই চক্ষু খাইলি। আছোক দ্ৰৌপদীব অঙ্গক দেখিবি আঙ্গুলিক নেদেখিলি॥ - ধিক বাহুবল ধিক ধনুশৰ কিমতে খেলালি পাশা। ৰাজ্যক হৰিলি ভাৰ্য্যাক তেজিলি • ঈশ্বৰে হৈল৷ তাৰ সখা। ( 6 )