পৃষ্ঠা:বড় গীত.pdf/৪৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বড় গীত লাগাল পাইলে৷ মঞি আৰ কৈক যাইবি তই কত দুঃখ দিয়া আছ মোৰে। পলাই আজি যাইবি যথা৷ হামু ধাইয়া যাইবো তথা আৰ লাগ নছাড়িবে৷ তোৰে॥ মহা মহা যোগীগণে পৰম নিৰ্ম্মল মনে চিন্তিয়া নপাৱে লাগ যাৰ। সবাবে আতমা হৰি হাতে গোপী লৰু ধৰি ধোয়া ফুৰে তাৰে মাৰিবাৰ। জননীৰ দুঃখ দেখি হাতে কচালিয়া আখি কান্দিয়া ৰহিল৷ যেন ডৰে। দেখিয়া যশোদ৷ বাণী তনয়ৰ ভয় জানি ধবিয়া তেজিলা বাৰি কৰে॥ যাব সুমন ডৰি কালো কাম্পে তৰতৰি যাৰ নামে মুকুতি মিলয়। জননী কৰায়া ভয় কাম্পয় হেনয় হৰি দীন মাধৱ দাস গাই॥ লয়ন্থ চোৰা বুলি যশোদা মাই। গোকোন্ধা পাঘে বান্ধল যদুৰাই॥ (৩৫ )