পৃষ্ঠা:বড় গীত.pdf/৩৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বড় গীত কহয়ে মাধৱে হৰি গালি পাবা কাৰে। ওহিতো নিয়ন্ত। হৰি আতমা সবাৰে॥ আল মাই গালি তুমি নাপাৰিয়ে৷ কাৰে। যত অপমান মোৰে দিয়া আছ বাৰে বাৰে ভালে আমি সৈয়া আছে৷ তাৰে। কোন ছাড় পুৰাতন সে কড়া দুইৰ ধন কলসী ভাঙ্গিলো দেখি ৰাগে। হৈবাৰ নৰৈল৷ মোৰ যেন ভৈলা খাটা চোৰ বান্ধিলা গকৰ লৈয়া পাখে॥ ওহি অপৰাধ খানি নসৈলা নন্দৰ ৰাণী আৱৰ সহিবা তুমি কি। তোমাৰ ভাবক দেখি জগতে জানিলা তুমি তপ জপ যজ্ঞ যত যেন বৰ মানুষৰ জী॥ আছিল৷ জনম আঠ কুৰি। আমি পুত্ৰ হুয়া আসি সে দোষ কৰিলো দূৰ আবে তোমাৰ আমাত চাতুৰী॥ ( 30 ) নাহি দান পুণ্য ব্ৰত