পৃষ্ঠা:বড় গীত.pdf/১৪৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আছে যুগ ধৰ্ম্ম ধৰি কৰ্ম্মমলে ভৈলা অন্ধ (৫৭) তুমি হেন ঈশ্বৰ কি কাৰণে কৰা তেন কৰ্ম্ম। নাহি ভকতিৰ গন্ধ পৰম। সন্তোষ নৌহস্ত হৰি পৰম ঈশ্বৰ দেৱ কৰিলন্ত পৰি সেৱ শুনা হেন কৃষ্ণৰ বচন। যুগধৰ্ম্ম কৰে৷ আমি নজানো ভকতি স্বা চিন্তো সদা তোমাৰ চৰণ। নাৰদ মহন্তে শুন তানকথা আছে গুণি কৰা প্ৰভু মোকদয়া ভৈলোনায়৷ পাণেবন্দি চৰণে শৰণ লৈলো হেনশুনি হৰি কৈলা লৈলা পাছে শৰণ একান্ত। হেন ভক্তি কহিয়ো আমাত॥ পলাইবাৰো নাহি সন্ধি কৰিয়ো উদ্ধাৰ কৃপাময়। ক্ষমা কৰা মোৰ দোষ চয়॥ নিজ থানে তেতিক্ষণে গৈলা। দূৰ হৌক মোৰমায়৷ সত্যে সত্যে দাস ভৈলো। উপদেশ তাফদিলা, পৰম ঈশ্বৰ হৰি মনক নিয়ম কৰি আবে মোৰ কানত বহিলা॥ শুনা আৰু আতপৰে সভাসদ নিৰন্তৰে অনন্ত-যুগত যেন কৈলা। সাধু সনাতন নাম আছিলন্ত অনুপাম 'আচৰিলা যুগ ধৰ্ম্ম সেহিকালে অৱতাৰ ভৈলা॥ নাম ধৰ্ম্ম মোদন মোহন। কৰিলন্ত নানা কৰ্ম