পৃষ্ঠা:বড় গীত.pdf/১৪৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(৫৬) কৰহো কাকুতি ঐ চৰণত ধৰি। পাপৰ সাগৰে পাৰ কৰা মোক হৰি॥ হৃদয়ে থাকিয়া যেন দিয়া উপদেশ। তাকেসে কৰিলে৷ সুখে প্ৰভু হৃষিকেশ॥ কুপাৰ ঠাই গুৰু দেৱতাৰ দেৱ। তোমাৰ চৰণে কৰে৷ লক্ষ কোটি সেৱ॥ কৰিয়ো উদ্ধাৰ দুই চৰণত ধৰো। ভৱকূপ সাগৰে হেন বা ম‍ই তবো॥ সুখে দুখে মুখে মোৰ নচাৰোক নাম। কহয় পুৰুষোত্তমে বোলা ৰাম ৰাম। ছৱি। শুনিয়োক সৰ্ব্ব জন কৰি সবে থিৰ ম ঈশ্বৰব লিলা কহো আৰু আতপৰে ব্যৱহাৰ। গুন। সাধু সব নৰে নধৰিবা দোষক আমাৰ। ধিৰ তযু পৰ কথা ভৈল৷ আৰু যেন সেহি কালে ঈশ্বৰ পৰম। আছিল উপাস্য দেৱ কৃষ্ণক কৰন্ত সেৱ নাহিকে ঈশ্বৰ তাঙ্ক সম॥ কল্পনাৰ নামে ধৰ্ম্ম কৰন্ত কৃষ্ণৰ কৰ্ম্ম কৰ্ম্মক কৰন্তে তান এহিমতে কৰ্ম্ম কৰি আছে। কৰ্ম্ম মলে বেঢ়িলেক পাছে॥ ভৈলা কৰ্ম্মে অগিয়ান