পৃষ্ঠা:বড় গীত.pdf/১২২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(09) এহিমানে অনুগ্ৰহ কৰিয়োক মোক। বোলা ৰাম ৰাম সবে সভাসদ লোক দুলড়ী শুনা সবে নব অতি অনন্তৰ শুনা কৰ্ণ ভৰি “ঈশ্ববৰ যশ ৰস। ভক্তৰ ইটো সৰ্ব্বশ একচিত কৰি এক আশি বেদ তাহাৰ সম্ভেদ কহো কথা কিছু তাৰ। ব্ৰহ্মাৰ আগত গোচৰ কৰন্ত কি গতি হৈব আমাৰ! মুহিলেক মায়া কৰা প্ৰভু দায়া চৰণে কাকুতি কৰোঁ। কৰিয়ো উদ্ধাৰ বাপ দামোদৰ হেনবা পাতকি তৰোঁ। লোকক মুহিলোঁ আপোনি নাশিলোঁ কৰ আবে দায়া হে প্ৰভু নৰহৰি। দূৰ হৌক মায়া বোলে৷ চৰণত ধৰি