পৃষ্ঠা:বড় গীত.pdf/১০৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(28) কৰিলন্ত কৃষ্ণে আৰু ভোজন ব্যৱহাৰ। অল্প কৰি কিছু কথা কহো শুনা তাৰ। আঙ্গুলিত ফল বামহাতে লৈয়া গ্ৰাস। গোপ শিশু সকলক কৰি উপহাम॥ কোন ফল আঙ্গুলিজ লৈলা দেৱ হৰি। শুনিয়োক নৃপত্তি তাক মন থিৰ কৰি। মুকুতি লভিয়া লোক আছে যত যত। নোখজন্তে প্ৰভু নিয়া তাহাঙ্ক দিবস্ত॥ এতেকেসে পূৰ্ণহৰি হাতে লৈল৷ তাক। - ভাত বিচাৰি পাই কহিলোহো আক চয়খান বৈকুণ্ঠত গুভিয়া থাকয়। যেনমতে বৃন্দাবনে আসি ভৈলা ভয় ব্ৰহ্মাদেৱে উদ্ধ মুখে অভাষ্য ৰভিলা। অন্যায় বচন মহাদেৱে যে শুনিলা টান কৰি মাৰিলন্ত টোকৰ মুগুত। চিত্তি আসি পৃথিবীত ভৈলন্ত পৰ্ব্বত॥ অন্য কোন গৈল সিতে। শিল৷ ৰূপ ধৰি। সেহিসে কাৰণে- ডাক পৰশীল৷ হৰি শুনা সভাসদ কথা আজ অনন্তৰে। কি কথা কহিবাক লৈল শঙ্কৰে। দেৱ মত ঋষি মত আৰু ৰাজ মত। এহি তিনি মতে পৰি আছে লোক