পৃষ্ঠা:বড় গীত.pdf/১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাতনি। ৪৯৯৭/ধ: ২৮-৫-৯৯ এই পুথিত থকা বড়গীতবোৰৰ সৰহভাগ শঙ্কৰদেৱ বদেৱৰ ৰচিত দুই এটাৰ বাহিৰে আগেয়ে ছপা ৱা নাছিল। ম‍ই যেতিয়া কমাৰকুছি উচ্চ প্ৰাইমাৰী ৰ হেড পণ্ডিতৰ কামত থাকে৷ আৰু মোৰ বন্ধুবৰ অযুত সূৰ্য্যকান্ত পট্টোয়াৰী দ্বিতীয় পণ্ডিতৰ কামত কে, তেতিয়াই এইবোৰ বড়গীত সংগ্ৰহ কৰা হয়। সাৰ চক্ৰত পড়ি দুয়ো দুই ফালে থাকিব লগা হোৱাত আজিলৈ ছপা কৰাব পাৰা নাছিলো।

  • ৰুণাময়ৰ কৰুণাগুণে সংসাৰ সাগৰত ভাহি ভাহি

মৰায় দুইজন একেলগ হোৱাত এই সুবিধাতে দুয়ো জনৰ অন্তৰত মিলা-প্ৰীতি ভাব জাগৰিত কৰি ৰাখিলৈ নিক বাধা বিঘ্নিৰ মাজত পৰিও এই পুথিখন যে পাই ৰাইজৰ আগত উলিয়াব পাৰিছো, ই আমাৰ ৰহে ফল। এতিয়া ই বৈষ্ণৱ সকলৰ এচুকত ঠাই পালে যত্নৰ সফল মানিম। ইতি কমাৰকুছি। শ্ৰীপ্ৰসন্নচন্দ্ৰ বৰুৱা।