পৃষ্ঠা:ফুল-কলি.pdf/৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

SINCE No de ate উছগা। পিতা স্বৰ্গঃ পিতা ধৰ্মঃ পিতা হি-পৰমং তপঃ। পিতৰি প্ৰীতিমাপন্নে প্ৰীয়ন্তে সৰ্ব্বদেৱতাঃ॥ পৰম আৰাধ্যতম ৺ পিতৃ দেৱতাৱ শ্ৰীচৰণোদ্দেশে দুৰ্ব্বল পৰাণ মোৰ কান্দো বাট হেৰুৱাই, সংসাৰ চক্ৰন্ত পৰি পা-ঘূৰণি খাই। ঘূৰোঁতে ঘূৰোঁতে গই, “কিবা বন-তল পাই”, বহিলে৷ এনেই তাত— FIFPT Sines ছায়া যেন পাই।