পৃষ্ঠা:ফুল-কলি.pdf/৭৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কালকাৰ সত্ৰ নিবাসী শ্ৰীযুক্ত কালীপ্ৰসন্ন দাস মহাশয় “ফুল-কলি” নামে কবিতাখানি পড়ি বৰ সুখ পালোঁ। প্ৰথম চেষ্টাত যে লেখকে এই ৰকমে লেখিছে এইটে৷ নশলাগি নোৱাৰি। লেখক সকলোৰে সহানুভূতিৰ যোগ্য। আশা কৰে৷ লেখকে এই ৰকমে দুই এখনি কবিতা লেখি অসমীয়া সাহিত্য ভঁৰাল চহকী কৰিবৰ বিশেষ যত্ন পাব | শ্ৰী সৰ্ব্বানন্দ দাস। বড়পেটা স্কুল সমূহৰ ডেঃ ইঃ ২৪|৮|১৭ ইং শ্ৰীকালীপ্ৰসন্ন দাসৰ হাতে লিখা “কুল-কলি” নামক পুথিখনি ভাল আগৰ পৰা গুৰিলৈ পঢ়ি চালে॥ মাজে মাজে অলপ অচৰপ ছন্দ আৰু ভাষাৰ দোষ থাকিলেও বেছি ভাগ কবিতা পঢ়ি লাগিল। কিছুমানৰ সহজ ভাৱ আৰু ভাষা বাস্তবিকে মোটতে লিখকৰ এই প্ৰথম উদ্যম প্ৰসংশনীয় আৰু আশাজনক । বৰপেটা ৮|||১৮ ইং } শ্ৰীবিষ্ণুপ্ৰসাদ দুৱৰা।