এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
ফুল-কলি। (a) আহা বৰ্ষা দেৱৰ, আজি তযু সমাগমে, নবীন ভাৱেৰে আকাশত; গাজন মাৰিব মেঘে উল্লাসে মাতিব ভেকে, প্ৰাণে প্ৰাণে মিলি আনন্দত? তবধ লাগিব বিশ্ব আনন্দ ৰোলত। (৬) আহা আহা দেৱবৰ তুমি শান্ত মধুময়, আনন্দৰ অমিয়া ভাণ্ডাৰ; জগতে পৰোক আহা, শান্তিৰ শীতল ছায়া, দুৰ হক সকলোৰে অশান্তি হিয়াৰ, আহা দেৱ! হোৱা তুমি মৰ্ত্তে অধীশ্বৰ।