এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
ফুল কলি। (8) আপুনি দু-পৰ আহে আগুৱাই, অসহনি ৰদ পৰিব গতি; বাটৰুৱা লোকে আপুনি জিৰাব, বহিব গছৰ শীতল ছাঁত। (৫) আপুনি বোলটি যাঁওতে যাঁওতে; দুৰ্দ্ৰ্দান্ত ৰদৰ পৰিব জয় ৰঙামুৱা দেৱ কলামলা পৰি, পশ্ছিমৰ পিনে লব বিদায়। (2) আপোন-আপুনি সন্ধিয়া দেৱীয়ে, ধৰণীত আহি পেলাব ছাঁ; সুস বতাহ আপুনি বলিব, . তৰু তৃণ লতাৰ নাচিব গা। (9) আপুনি লুকাব সন্ধিয়া দেৱীয়ে, আপুনি ৰজনী দিবহি দেখা; গছৰ ডালত পক্ষিয়ো নিমাত, আপুনি হবহি লুকাই পাখা।