পৃষ্ঠা:পৰিদৰ্শন.djvu/৭৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 হেড্‌মাষ্টাৰ— কেমন, তোমাদেৰ বাড়ীৰ ঘড়ীতে এখন বুঝি এগাৰটা বাজে? কটা ঘড়ী আছে বাড়ীতে?

(দুয়ো নিমাত হয়।)

 জয়ৰাম— (কাণে কাণে) হেৰা কলাইৰ মন্ত্ৰটো আওৰোৱাচোন।

 হেড্‌মাষ্টাৰ— বলি, মুখে কথা ফোটেনা যে? বুঝতে পাৰ না বাঙলা কথা? ভূতসব।

 দুয়ো— (ফুচ্‌ফুচ্‌কৈ মন্ত্ৰ আওৰায়)

থাঃ থুঃ ফুট
ধাঃ ধুঃ বুট

হেড্‌মাষ্টাৰৰ হাত
ভেল্কি মাৰিলো তাত

মোৰ ডাক্‌ গুৰুৰ হাক
যেনেকৈ আছ তেনেকৈ থাক
কামৰূপ কামাখ্যা মাও
এই কথা নাৰাখিলে গৰু-মানুহ খাওঁ।

 হেড্‌মাষ্টাৰ— বিৰ-বিৰ কৰ্চ্ছ কি? (ল’ৰা দুটাই আকৌ মন্ত্ৰ আওৰায়) কি ভূতদেৰ পাল্লায় পৰা গেল। এদেৰ বা দোষ কি? মাষ্টাৰইত নাই। বুঝেও না কিছু। যাও ক্লাছে যাও।


[৬৯]