পৃষ্ঠা:পৰিদৰ্শন.djvu/১২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰিদৰ্শন
 

 — “অৱশ্যে ঠকিলেন। কিন্তু নিশ্চয় সস্তাই অনেক আমোদ পাইলেন।”

 — আৰু কাগজৰ পৰা ওলাল কেইটামান চাহৰ দানা।

 বটু বাপুৱে প্ৰথমতে বিশ্বাসকে কৰিব নোৱাৰিছিল— কি হ’ল।

 বহুত পৰৰ পাচত তম্ভি উঠি— বিজ্ঞাপনৰ আচল অৰ্থ বুজিলে। গণি চাই দেখে— ঠিক এশটা চাহপাতৰ দানা পাঁচ টকাত V.P. হৈ আহিছে।

 
——সমাপ্ত ——