পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৮২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ সংগ্ৰহ লেখাভাষা পাওঁহক, সি আমাৰ মূলভাষা নহয়। প্ৰাকৃত ভাষাকেহে মূলভাষ! বুলি ধৰিব পাৰি। ইয়াৰ নিদৰ্শন বা প্ৰমাণ স্বৰূপে আমাৰ ভাষাত বহুত ঊদাহৰণো পোৱা যায়। প্ৰথমতে, সংস্কৃতৰ দ্বিবচন প্ৰাকৃতত নাছিল, আৰু অসমীয়াতো নাই, দ্বিতীয়া, সংস্কৃতৰ শ, ষ, স ঠাইত প্ৰাকৃততে কেৱল স-ৰ ব্যৱহাহে পাওঁ, আক অসমীয়াতে৷ কেৱল স-ৰ ব্যৱহাৰহে আছিল। সঙ্ক- তৰ যু-ৰ প্ৰাকৃতত নাছিল, আৰু অসমীয়াতে। নাছিল। দীৰ্ঘ ঈ-কাৰ, দীৰ্ঘ ঊকাৰৰ ব্যৱহাৰ প্ৰাকৃতত খুব কম, আৰু অসমীয়াতে। কম আছিল, প্ৰাক- তৰ দৰে অসমীয়াত সন্ধি প্ৰকৰণ প্ৰায় নাছিল। আৰু কোনো কোনো অসমীয়া ঘৰুৱা শব্দ অসমীয়ালৈ প্ৰাকৃতৰ পৰ৷ হুবহু অহা যেন দেখা পোৱা যায় সংস্কৃতৰ পৰা অহা যেন নেদেখি, তাৰ গোটা দিয়েক উদাহৰণ স্বৰূপ তলত দিলো :— প্ৰাকৃত সচ্চ - অসমীয়া সচা~-সং সত্য। মিচ্চা মিথ্যা বৈদ্য 31 23 লোণ বিয়ে বেলই , হোমি " 23 "> 32 31 " 31 }) "} 22 33 33 " কটাৰি নউল সিৰাল বিশি Â দুঅৰি পউম... ভইনী হনুমন্ত হলদ্দি হিময় মিছা বেঞ্জ লোণ বিয়া বেলে তাই কটাৰি নেউল শিয়াল ৰিষি (পুঃ) ঘৰ দুয়াৰ ভণী ইলুমন্ত হালধি হিয়া লৱণ বিষাহ বক্তি ভবামি সা কৰ্জৰিকা নকুল শৃগাল ঋষি গৃহৎ দ্বাৰ সং পদ্ম, ভগ্নী, হনুমান, হৰিদ্ৰা, হৃদয়, ইত্যাদি।