পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৪০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰবন্ধ সংগ্ৰহ হৈ সাদৰে গ্ৰহণ কৰিবলৈ ধৰিলে তেতিৰা পাবশ্য বাসীৰ জাতীয়তাব কোনো পৰিবৰ্ত্তন হোৱ নাছিল। কাৰণ ইছলাযে মানুহৰ জাতীয়ত। নষ্ট নকৰে। ইছলামৰ এটি নূল উদ্দেশ্যই হৈছে মানৱৰ প্ৰতি মানৱৰ প্ৰীতি জন্মোৱা। ইছলাম ধৰ্ম্ম গ্ৰহণ কৰাৰ পাছৰ পৰা পাবশ্য বাসী সকলৰ কৃষ্টিৰ ক্ৰমোন্নতি হবলৈ ধৰিলে। সেখ সাদী, হাফিঈ, ভাব খইয়ামৰ নিচিন৷ বহুত কবি আৰু দাৰ্শনিক পণ্ডিতৰ জন্ম হল আৰু দেশখন মুখৰিত হল। বুলবুল চৰাৰে সুললিত মাত ললে আ এলাই এখানি হৈ থক। ফুলবোৰ গুল বাগিছাত পৰিণত হল। কিন্তু ইলোমে ছেমিটিক তেজন্বিত৷ হেকৱাই আৰ্যভ হবলৈ ধৰিলে। একে লেঠা বঁকৈ প্ৰায় ৪০০০ হেজাৰ বছৰ ধৰি ভাৰতত আধিপত্য কৰাৰ পাছত হিন্দুসক।ে যি শক্তি লাভ কৰিছিল তাৰ আগত গ্ৰীক, পাছিয়ান, শক, হুন, ইত্যাদি জাতিৰ মানুহে একাদিক্ৰমে আহি অনেক যুদ্ধ বিগ্ৰহ কৰাৰ পাছত যদিও পঞ্জাবত সোমাই ইলহি তত্ৰাচ মুম্ব ড!ঙিব নোৱাৰিলে আৰু নিজৰ অস্তিত্ব হেৰুৱাই হিন্দুসকলৰ লগত জাহ গলহি। ইহঁতৰ পাছত যেতিয়া পাবশ্যৰ আৰ্যসকলে ইছলন ধৰ্ম্ম আৰু কৃষ্টি লৈ ভাৰতত নোমলেহি তেতিয়া দুই অংৰ্য্য জাতিৰ ভিতৰত চুল যুদ্ধ আৰম্ভ হবলৈ ধৰিলে। অবশেগত পাবশ্যৰ আৰ্যসকলৰ জয় হবলৈ ধৰিলে এইদৰে চুলতান মহমুদন দিনৰে পৰ৷ যোগল বাদছাহ বাবৰৰ দিনলৈকে প্ৰায় ৫০০ বছৰ ধৰি ইছলাম ধৰ্মাবলম্বী লোকসকল আহিবলৈ ধৰিলে আৰু দেশ জয় কৰি কাঁৰ এখন বিশাল সাম্ৰাজ্য স্থাপন কৰিলে আৰু পূৰ্ব্বৰ আৰ্য, অনাৰ্য্য, আৰু মিশ্ৰিত জাতিৰ লোক সকলৰ লগতে বসতি কৰিবলৈ ধৰিলে। হব পাৰে চুলতান মাহমুদৰ নিচি। দুই এজন নৃগতিয়ে স্বদেশানুৰাগৰ বশৱৰ্ত্তী হৈ ভাৰতৰ কোনো কোনো ঠাই লুট পাট কৰি ধন সোণ লৈ নিজৰ দেশলৈ উভতি গৈছিল গৈ। কিন্তু আন সকলো বাদছাহ আৰু মুছলমান সকলে ভাৰতকে নিজৰ মাতৃভূমি বুলি ধৰি লৈ ইয়াতে থাকিবলৈ ধৰিলে আৰু আজি পৰ্য্যন্ত আছে। মুছলমান বাদহ সকলে হিন্দু সকলৰ কৃষ্টি বিনাশ কৰ৷ নাছিল বৰং ইয়াৰ লগত নিজৰ কৃষ্টিৰ সমন্বয় ৰাথি শিল্প, বাণিজ্য, কলা সুকুমাৰ কলা, ভাস্কৰ্য্য কাৰুকাৰ্য্য ইত্যাদি সকলে৷ বোৰৰ ক্ৰমাৎ উন্নতি কৰিবলৈ ধৰিলে। ফলত ভাৰতবৰ্যৰ্থন পৃথিবীৰ ভিতৰত এখন অতি সমৃদ্ধিশালী দেশ বুলি জনাজাত হৈ পৰিল। মুছলমান বাদছাহ সকলে এইদৰে ৰাজকাৰ্য্যতহে ব্যস্ত হৈ আছিল। নিজৰ ধৰ্ম্ম প্ৰচাৰত কোনো হাত দিয়া নাছিল। মুছলমান সকলে এহাতে তৰোৱাল এছাতে কোৰাণ লৈ হিন্দুসকলক মুছমানকৰা কথা অলীক আৰু অমূলক। ৩.