পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৩৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

28 ৰমাকান্ত, ভোলানাথে বহি ন যুগৰ অৰুণ উদয় পাৰ হল শঙ্কটৰ মেঘ অসমৰ সুৱদি ভাষাক ইমানতে৷ অসমীয়া তই লই তোৰ দলিতা মাতৃক ই যে অতি মৰ্ম্মঘাতী বাণী শুনা ভাৰ উঠে প্ৰতিধ্বনি— মাতৃ মোৰ বিশ্ববিজয়িনী সঁচাকৈয়ে ঢোকে চকুপানী ভাবি চালে মাতৃৰ দুৰ্গতি এতিয়াও বিশল্যকৰণী এইদৰে থাকিলে নহব জাগা তুমি নতুন উদ্যমে জাগিলে বীৰ, এবাৰ তুমি বিঘিনিৰ হেয় হয়াস্থ বিপদৰ ক্ৰুৰ কৰ্ম্মনাশ! কামদেৱে জনম লভিব ব্ৰহ্মপুত্ৰে কয় উদগাই— শুনা গায় বন্দে মাতবম্ সেইদিন! লৌহিত্য কুণ্ডত মাতৃহত্যা পাপো গুড়ে য'ত হিমাচলে শিতানত বই নীলাচল শৈল শিখৰিনী উমানন্দ মহাভৈৰৱৰ ঊৰ্ব্বশীৰ উদ্দীপনা গীতি, অনন্তৰ শয়ন তিয়াগি হেমস্তৰ অৱদান লই মন্ত্ৰদাতা শ্ৰীৰামচন্দ্ৰৰ আজি চোৱ৷ তোমাৰ জজ্ঞৰ প্ৰৱন্ধ-সংগ্ৰহ গাথে মাল৷ অমিত্ৰ ছন্দ, অসমৰ পূৱ আকাশত। তথাপিতো বিধি-বিড়ম্বনা বিষ স্তন যাচিছে পূতনা। কিয় মাৰ মুখৰ মহলা কিয় কৰ পৰিহাস থেলা?” নাযি আহে আকাশৰ পৰা অসমীয়া জীৱস্ততে মৰা! আদৰিণী ধৰিত্ৰী নন্দিনী গৰৱিনী দলিত! ফণিনী। যায় প্ৰাণ শতধা বিদাৰি পাৰিবা নে আনিব বিচাৰি? সকলোৰে নেওচনি খাই হৰিষেৰে মাতৃমন্ত্ৰ গাই। কাৰ সাধ্য বাধা দি ৰাখিব পলকতে আঁতৰি পলাব। আঁৰ হব আঁৰপৰ্ব্বতত কামৰূপী যায়৷ পৰশত। অসমীয়', একো ভয় নাই— বাৰিষাৰ দুন্দুভি বজাই। সৰিছিল পৰশু কুঠাৰ সেই দেশ জননী তোমাৰ। উৰুয়ায় বিজয় নিছান। কামাখ্যাই কৰে শক্তিদান। লোৱা বীৰ্য্য দুৰ্ম্মদ দুৰ্ব্বাৰ, নৱগ্ৰহ সহায় তোমাৰ। নাৰায়ণে কৰে শঙ্খধ্বনি হাহোঁ হাঁহেঁ৷ লখিমী গোসানী। বশিষ্ঠই ত্যজি সন্ধ্যাচল আহুতিৰে জালে হোমানল।