পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৩৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অতি ক্ষুদ্ৰ স্বাৰ্থৰ কাৰণে কত দিন——কত মাতৃপূজা নাই তোৰ কমতা বেহাৰ পাহৰিলে জয়ন্তা কাছাৰ অসমৰ শুৱনী নদীত অসমব চান্দো সদাগৰ অসমৰ শুৱনি গাঁৱত অসমৰ মোমাই তামুলি নোৱাৰিলে যি দেশ জিনিব সেই দেশ হেলাৰে জিনিলে এয়ে নে সেই জনমভূমি আছে জানে৷ প্ৰাগজ্যোতিষৰ চিত্ৰলেখা ঊষাৰ কাহিনী অমৰাত বেউলাৰ নৃত্য কুণ্ডিলৰ নন্দনবনত আহিছিল কৃষ্ণ ভগবান থিয় হই আছে জয়দ'ল পাৰ হল চকুৰ আগত অসমৰ বোৱাৰী জীয়াৰী নাচিছিল ৰণৰ ভূমিত ‘কংসদ,’ ‘কক্মিণী হৰণ সংকীৰ্ত্তন 'নিমাইসন্ন্যাসে যি ভাষাক শঙ্কৰ মাধৱে মিলিজুলি কন্দলিসকলে যি ভাষা হল বিৰচিত সেই ভাষা উটি ভাহি যায় দুৰ্য্যোগৰ ধুমুহা যেতিয়া যি ভাষাৰ গুৰিবঠা ধৰে তালে তালে পৰে বঠা চাব ‘চিস্তানল জলিল বুকুত বন্দিনী ব্যৰ্থ কৰি শত অভিযান কৰি দিলি নিৰাশাত ম্লান! মধুপুৰ আজি কেনি গল মণিপুৰ আজি কাৰ হল? কাৰ নাৱে কৰে চলাচল অতীজত কেনি লীন হল? কাৰ বাৰী নদন বদন কোনে তাৰ মাৰে ভিখাচন? ৰাজপুত পাঠান যোগলে যাদুকৰী কাঠৰ নাঙলে! ভগদত্ত নৰক বাণৰ এতিয়াও গৌৰৱ ভাস্কৰ? হল আজি সপোনৰ কথা বল মাথো কল্পনাত গঁথা। ফুলিছিল পাৰিজাত ফুল সৌৰভক্ত হৈ বিয়াকুল। কলচীত সতীৰ শোণিত কতযুগ গৌৰৱ ৰঞ্জিত! হাতে হা হেদান লই সেই কথা ইতিহাসে কয়। আজি আৰু নোহে অভিনয় প্ৰচাৰিছে অসম বিজয় যৌৱনৰ পিয়ালে অমৃত নৱ ভাৱে কৰে সঞ্জীৱিত; ‘কথা গীতা,’——‘কথা ভাগবত' কিয় আজি কালৰ সোঁতত? সঙ্কটত বিকট গগন হেমচন্দ্ৰ, আনন্দ ফুকন। লম্বোদৰ, গুনাভিৰামৰ অগ্নিঋষি কমলাকান্তৰ। २७