পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৩২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ সংগ্ৰহ নে কলিত' আছিল ত’ক ঠিক কৰি ৰব নোৱাৰি। এই বিষয়ে কামৰূপ, গোৱালপাৰ। বা দৰঙ্গৰ কোনো লোকে অনুসন্ধান কৰিলে তেওঁৰ বিষয়ে আৰু আন কথা ওলাব পাৰে। আই তেৰ মন্দিৰ দ্বাৰ ই কি দৃশ্ট দেখিলোঁ৷ আগত— পুৰোহিত পূজাদী আহিছে, ডবাক সঘনে বাজিছে হেমস্তই গাঁথি হেমহাৰ পদূলিত ইন্দ্ৰমালতীয়ে সমীৰণে তোৰেই কাৰণে স্বৰ্ণপ্ৰভা গন্ধমালতীয়ে তিৰবিৰ মুকুতাৰ মণি জিলমিল কবিতা কুঞ্জত আজি তোৰ পূজাৰ লগন্ এনে এটি সুখৰ ক্ষণত উঠ আই ৰাজৰাজেন্দ্ৰানি। সম্মুখত সহস্ৰ সন্তানে এৰি এই দীনহীন৷ বেশ জগতক দেখুৱা পুনৰ ই কি শুনো আকাশ বাণাৰে “গুন, হেৰ মৃঢ় অসমীয়া, মিছা ভোৰ মাতৃ আৱাহন, সুধি চাটে৷ নিজকে এবাৰ বান্দনী। হল আজি হঠাতে মুকলি কিন্তু তোৰ হাতত শিকলি? ভক্তি ভাৰে আসন পাতিছে, অপেশ্বৰা স্বৰ্গত নাচিছে। চৰণত কৰিছে অৰ্পণ তোকে আই কৰিছে বৰণ। ধুপ ধুনা আনিছে উৰাই পুষ্পপাত্ৰ ৰাখিছে সজাই। সুশোভিত শীতৰ শেতেলি আলোকিত সোণালি দীপালি। কলে| যে আনন্দ যগন তোৰ কিয় বাকলি বসন! চকু মেলি চাচোন এবাৰ আঠু লই কৰে নমস্কাৰ। বান্ধি তোৰ মেঘাম্বৰী কেশ ধৰিত্ৰীৰ কামৰূপা দেশ। কোনে সেয়| কয় ৰিঙিয়াই ভাবিছ নে থাকিবি জীয়াই? মিছা তোৰ পূজা আয়োজন উঠিছে নে প্ৰাগত স্পন্দন?