পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২৩৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আমাৰ জাতীয় দৈন্য আৰু ৰাজহনীতি শিক্ষাৰ খৰচ necessity of standard অৱস্থা উন্নতিৰ কাৰণে আৱশ্যকতা standard of comfort ( সাংসাৰিক সুখ স্বচ্ছন্দতাৰ আৱশ্যকতা মুঠ খৰচ বছৰি— মুঠ লাভ— মহাজনৰ দাবী টকাৰ স্নত – ( ৪৮৪ টকাৰ ওপৰত )— ভিতৰত :— Pain necessity দুখীয়া অৱস্থাৰ আৱশ্যকতা Conventional necessity সামাজিকতাব আৱশ্যকত| Necessities of Standard উন্নতিৰ হকে আৱশ্যকতা বিলাদৰ আৱশ্যকতা Necessities of Comfort ১৫ ২জন লৰাছোৱালীৰ-১০ টকা ২২৫।/- অনা 2010 নাই ১১৩ 28t1/0 লোকচান— এতিয়া দেখা যায় যে গড় ধাৰ লৈ এজন খেতিয়কৰ বছৰি ৯৩২ টক। লোকচান হয়। যদি ধাৰ নাথাকে তেন্তে সি কোনো মতে লৰা-ছোৱালী পুহিব পাৰে! কিন্তু দুৰ্ভাগ্যবশতঃ শতকৰ৷ ৮৫ জনৰেই ধাৰ৷ খেতিয়কৰ আয়তকৈ যে খৰচ বেচি। গতিকে এই সাধাৰণ খৰচখিনিও মিলাব নোৱাৰে গতিকেই আজি ১২০ হেজাৰ মানুহে দিনে লঘোণত পৰে। জাৰত কাপোৰ নাপাই খেৰৰ মাজত শোৱে। আঠুৱাৰ অভাবত, দুই অন৷ কুইনাইনৰ অভাবত চাৰি মিনিটত একোটাকৈ মানুহ মৰে। খিনিত আৰু এটা কথালৈ লক্ষ্য কৰিব লাগে। আমাৰ খৰচৰ ৯৩ নাই মানুহব ঊন্নতি জুখিব লাগিলে চাব লাগে সি উন্নতিকাৰক অভাবত কিমান খৰচ কৰে। প্ৰকৃততে মানুহৰ উন্নতি নিৰ্ভৰ কৰে তাতে। দুৰ্ভাগ্যবশতঃ অসমীয়াৰ মানুহৰ উন্নৰ্তিকাৰক অভাবত খৰচ য় নিতান্ত কম। খৰচৰ