পৃষ্ঠা:প্ৰাণৰ গান.pdf/২৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰাণৰ গান । ১৩ ৰাতি হলে নাছে তাওঁৰ গালত ভাবিলো সিদিনা পূৰ্ব্ব জনমৰে তুমি মোৰ প্ৰাণ-প্ৰিয় । পেটত নালাগে ভোক, চকুত টোপনি বহি ভাৱি থাকো চাবলৈ তোমাৰে মুখ । ভাৱো মানে মই ওবকে নপৰে সকলো তোমাৰে কথা, তথাপিও তুমি মুবুজা দেৱতা নালাগে তোমাৰ বেথা । মুখৰে মিচিকি হাঁহিটি . তোমাৰ চিকুণ চিকুণ দাঁত, সন্ধিয়া পৰত শুনি ভাল পাওঁ তোমাৰ বাঁহীৰ মাত ।